COPY RIGHTS : TO AVOID COPYRIGHT VIOLATIONS, ALL POSTS ARE SHOWN ALONG WITH SOURCES FROM WHERE ITS TAKEN. PLEASE CONTACT ME IN MY EMAIL SALEEMASRAF@GMAIL.COM , IF YOU ARE THE AUTHOR AND YOUR NAME IS NOT DISPLAYED IN THE ARTICLE.THE UNINTENTIONAL LAPSE ON MY PART WILL BE IMMEDIATELY CORRECTED.

I HAVE SHARED ALL MY PRACTICAL WATER TREATMENT EXPERIENCES WITH SOLVED EXAMPLE HERE SO THAT ANYBODY CAN USE IT.

SEARCH THIS BLOG BELOW FOR ENVO ,COMPACT STP,ETP,STP,FMR,MBBR,SAFF,IRON,ARSENIC,FLUORIDE,FILTER,RO,UASB,BIO GAS,AERATION TANK,SETTLING TANK,DOSING,AMC.

SEARCH THIS BLOG

Friday, October 02, 2015

বালিকতীয়া পীৰ ancestor চাহ মদাৰ পীৰৰ দৰগাহ কানপুৰ Syed Zinda Shah Madar, Kanpur UP



reading বালিগতীয়া ফৈদৰ বুৰঞ্জী অৰ্থাৎ বালিকতীয়া পীৰ গৰাকীৰ জীৱন কাহিনী চকু ফুৰাই চালেই ৰহস্যৰ ওৰ পৰিব। পীৰ গৰাকীৰ উপৰি পুৰুষ চাহ মদাৰ পীৰৰ দৰগাহ কানপুৰৰ ওচৰৰ মুকুণ্ডপুৰত আছে। 

about four months before his death the Prophet (sal lal laho tala alaihi wasalam) addressing thousands of his Sahaba’s(may peace be upon them all) at Maidan-e-Arafat had guided that I leave two things with you, if you would keep holding them you will not be diverted. Each and every thing of these things is better than the other things. The first one is the book of Allah “Quran” which is a long enlightened rope from earth to heaven and second is my family, my Ahl-e-Bait. These two will never get separated from each other and even they would come to me at Hauz-e-Kausar. So, you consider what treatment you keep with them after me.

Karamat (Miracles) at the time of birth:
Shaikh’s mother relates that special blessings were sought at the time of his birth. The voices of “Allah” were being heard from all sides. The newborn put his head down in Sajda(prostration) and thanked Allah just after the birth and he gave testimony about Kalma-e-Taiyyaba in an eloquent Language.
Shaikh’s Genealogy (Nasab Nama):
He is an Hasani-Husaini Sayyed. From his father’s descent he is Husaini and from his mother’s side he is a Hasani.
Shaikh’s Genealogy from father’s side:
Sayyed Badihuddin s/o Qazi Sayyed Qudwatuddin Ali Halabi S/o Sayyed Bahahuddin S/o Sayyed Zaheer-uddin Ahmed S/o Sayyed Ismaeel Sani S/o Sayyed Mohammad S/o Sayyed Ismaeel S/o Sayyed Imam Jafar Sadiq S/o Sayyed Imam Mohammad Baqir S/o Sayyed Imam Zainul Abedin Ali S/o Sayyedus Shohda Imam Husain Shaheed Karbala S/o Maula-e-Kaihat Sayyed Ali Murtuza Karamallah Wajahul Karim Wa Rizwanullah Tala Alaihim Ajmaeen.
Shaikh’s Genealogy from mother’s side:
Sayyed Badihuddin Ahmed S/o Sayyeda Fatima Sania-famous as Bibi Hajra Tabrezia D/o Sayyed Abdullah S/o Sayyed Mohammad Zahid S/o Sayyed Abu Mohammad Abid S/o Sayyed Saleh Mohammad S/o Sayyed Abi Yusuf Abdullah S/o Sayyed Abdullah Umhaz S/o Sayyed Hasan Musna S/o Sayyed Imam Hasan S/o Maula Ali Haider Karar Raziallahu Tala Anhum Ajmaeen.

এই চিলচিলা সমূহ অধ্যয়ন আৰু গৱেষণাৰ সমল হিচাপে লবলৈ বুলি বিশিষ্ট শিক্ষাবিদ ড: আবু নাছাৰ চাঈদ আহমদ ওৰফে চাদেক চাহিবে পৰামৰ্শ দিছিল বুলি জানিব পাৰিছিলো। আৰু দুই এজন তেনে গৱেষকক মোৰ ওচৰলৈ তেখেতে পঠাইছিল। বাৰু যি কি নহ‌ওক এই চিলচিলা সমূহ অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে সৰ্বপ্ৰথম চৈয়দ ব্যক্তিজন অসমলৈ আহি বসবাস কৰিবলৈ লৈছিল বালিকটিয়া ফৈদৰ ছাহ চৈয়দ খুচবুল ৰহমতুল্লাহি আলাইহ। তেখেতে দিহিঙ্গীয়া ফৈদৰ আহোম ৰজা চুহুংমুঙৰ ৰাজত্ব কালত (১৪৯৭- ১৫৩৯ খৃ:) নুমলীগড়ৰ কাষৰীয়া ধনশিৰী নৈৰ পাৰৰ বৰগৰিয়া অঞ্চলত বসতি কৰিবলৈ লয়। তেখেতৰ উপৰিপুৰুষ  চৈয়দ বদিউদ্দীন ছাহ মাদাৰ সুদূৰ চিৰিয়াৰ এলেপ্পো চহৰৰ হালাব অঞ্চলৰ পৰা ভাৰতলৈ আহি কানপুৰৰ ওচৰৰ মুকুণ্ডপুৰত নিগাজীকৈ থাকি ধৰ্ম প্ৰচাৰ কৰিবলৈ লয়। তেখেতৰ মাজাৰো সেই ঠাইতে বৰ্তমান আছে। তেখেতৰ বিষয়ে বিতংকৈ জানিবলৈ হলে গুগুলত   zinda pir syed badiuddin shah madar বুলি চাৰ্চ কৰিলেই পাব। তেখেতৰেই এজন বংশধৰ এই কিম্বদন্তি পুৰুষ অৰ্থাৎ ছাহ চৈয়দ খুচবুল ৰহমতুল্লাহি আলাইহ ওৰফে বালিকটিয়া পিৰ। তেওঁৰ বিষয়ে কিছু কথা তেওঁৰ পৰিয়ালত সযতনে ৰখা আৰু সময়ে সময়ে ক্ৰমবৰ্ধন কৰি ৰখা চিলচিলাৰ পৰা আয়ত্ত্ব কৰিব পাৰি। আৰু কালক্ৰমত তেওঁৰ ফৈদটোৰ নাম কিয় বালিকটিয়া হল সেইয়াও সুস্পষ্টকৈ এটা চমু বৰ্ণনাৰ দ্বাৰা লিপিবদ্ধ কৰি গৈছে। বৰ্তমান এই চিলচিলাখনৰ এটা মূল নকল এসময়ৰ ভাৰতৰ ভাবা এটমিক ৰিচাৰ্ছ চেণ্টাৰ বম্বেৰ বৈজ্ঞানী মোৰ দদাইৰ পিতেক ভাই চৈয়দ জমিল আহমদ চাহিবৰ ওচৰত এতিয়াও মজুদ আছে।
Written by Syed Sayeedur Rahman

No comments: